independenceindependent

Independence Day (English) [ IPA: ˌɪndəˈpendəns ˈdeɪ ASM: ইণ্ডিপেণ্ডনচ ডে]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-07-31
1. Festival(Proper Noun) An Independence Day is an annual celebration commemorating the anniversary of a nation's assumption of independent statehood. India's Independence Day is celebrated on August 15 to commemorate its independence from British rule and its birth as a sovereign nation on that day in 1947. The day is a national holiday in India. প্ৰত্যেক দেশে প্ৰতি বছৰে স্বাধীনতা লাভ কৰা দিনটোৰ স্মৃতি ৰক্ষাৰ্থে উদ্‌যাপন কৰা এটা দিন৷ প্ৰতিবছৰে ১৫ আগষ্ট দিনটো ভাৰতবৰ্ষত স্বাধীনতা দিৱস হিচাপে উদ্‌যাপন কৰা হয়৷ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিছিল৷